Assam Govt Jobs, Central Govt Jobs, Assam Career, All India Jobs, Private Jobs

Assam Police To Recruitment 35000 Police Personal Vacancy - Announced DGP/ CM Himanta Bishwa Sharma In Assam

 
 


Assam Police Recruitment News:

10 new commando battalions of Assam Police will be set up in the state soon. In this regard, Assam Police is also going to recruit 12,000 commando and 23,000 civil police. The same was announced today by DGP of Assam Police Bhaskar Jyoti Mahanta.

DGP Mahanta said, "Today, in a meeting with Chief Minister Dr. Himanta Biswa Sharma, various internal issues including crime control measures, special branch administration, expeditious investigation, maintenance of law and order in the state were discussed. We are going to go ahead with radical reforms in the special branch of Assam Police because of chief minister Dr Sharma's dream of decorating assam police in a new form. ”


অসম আৰক্ষীত শীঘ্ৰে ১২ হাজাৰ COMMANDO, ২৩ হাজাৰ CIVIL POLICEৰ নিযুক্তি:
অসম আৰক্ষীত শীঘ্ৰে সংযুক্ত হ’ব ১০টা নতুন কমাণ্ডো বেটেলিয়ন । লগতে ১২ হাজাৰ COMMANDO আৰু ২৩ হাজাৰ CIVIL POLICE ৰ হ’ব নিযুক্তি। এই কথা আজি সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
ডিজিপি মহন্তই কয়, “আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণৰ ব্যৱস্থা, বিশেষ শাখাৰ প্ৰশাসন, তদন্ত ক্ষীপ্ৰ কৰা, আইন-শৃংখলা বজাই ৰখা আদি বিষয়ৰ লগতে আভ্যন্তৰীণ বহুকেইটা বিষয়ৰ সন্দৰ্ভত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসম আৰক্ষীক ন-ৰূপত সজাই তোলাৰ যি সপোন দেখিছে, তাৰবাবে অসম আৰক্ষীৰ বিশেষ শাখাত আমি আমূল সংস্কাৰ সাধনত আগবাঢ়িবলৈ গৈ আছো।”
লগতে ডিজিপি মহন্তই কয় যে নতুনকৈ যিকেইটা কমাণ্ডো বেটেলিয়ন হ’বলৈ গৈ আছে, সেইসমূহ ৰাজ্যখনৰ কিছুমান বিশেষ বিশেষ অঞ্চলত স্থাপন কৰা হ’ব। যাৰ জৰিয়তে অসমৰ ভৌগলিক অখণ্ডতা বা ভাৰত বৰ্ষৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰিব পৰা যাব।
উল্লেখ্য যে আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷


For Join Jobs Update WhatsApp Group Text WhatsApp Number7635948578 

 

 



DGP Mahanta also said
 that the new commando battalions that are going to be set up will be set up in some special areas of the state through which the geographical integrity of Assam or the threat to India can be prevented.

In a series of tweets Chief Minister Dr. Himanta Biswa Sharma mentioned the same.
 
It may be recalled that today, in the presence of Chief Minister Dr. Himanta Biswa Sharma, an important meeting was held in Kaziranga with the DGP, ADGP chief and superintendents of police.


Official Website: Click here 



Share:

0 Comments:

Post a Comment

Popular Posts

Recent Posts

Blog Archive

Search This Blog