Assam Govt Jobs, Central Govt Jobs, Assam Career, All India Jobs, Private Jobs

Assam Direct Recruitment Grade IV Exam Question Paper Solved 2022


Assam Direct Recruitment Grade IV Exam Question Paper Solved 2022:

Assam Direct Recruitment 2022 Grade IV Exam Solved Question Paper 2022 held on Sunday, 21st August, 2022

 

Total Questions distribution of Today's Exam - Assam Direct Recruitment Grade IV Morning  shift at 10 AM to 12 PM)

Total question: 135
General Knowledge, Social: 60 
Maths: 25
English: 15
Reasoning: 35 


Assam Direct Recruitment Grade IV Exam Question Paper Solved 2022:

1) নৰেন্দ্ৰ মোডী ষ্টেডিয়াম খন ক'ত অৱস্থিত ?
উত্তৰ : গুজৰাট

2) জিম্বাবৱেৰ ৰাজধানী চহৰৰ নাম কি ?
উত্তৰ : হাৰাৰে

3) আফগানিস্তান আৰু পাকিস্তানৰ মাজত অৱস্থিত আন্ত:ৰাষ্ট্ৰীয় সীমাৰেখা ডালৰ নাম কি ?
উত্তৰ : ডুৰাণ্ড লাইন

4) আহোম সাম্ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি ?
উত্তৰ : পুৰন্দৰ সিংহ

5) সদ‍্যহতে অসম বৈভৱ বটা কোনজন ব‍্যক্তিক প্ৰদান কৰা হয় ?
উত্তৰ : ৰটন টাটা

6) ইউ এ ই ৰ মূদ্ৰাক কি বুলি কোৱা হয় ?
উত্তৰ : ডিৰহাম

7) অসমৰ আটাইতকৈ পুৰণি মেডিকেল কলেজ খনৰ নাম কি ?
উত্তৰ : অসম মেডিকেল কলেজ ডিব্ৰুগড়

8) অসমৰ দ্বিতীয় গৰাকী মূখ‍্যমন্ত্ৰী কোন আছিল ?
উত্তৰ : বিষ্ণু ৰাম মেধি

9) থাইলেণ্ডৰ ৰাজধানী চহৰ খনৰ নাম কি ?
উত্তৰ : বেংকক

10) শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদৰ লগত জড়িত ?
উত্তৰ : 21 (A)

11) What is a group of tigers is called ?
উত্তৰ : Streak

12) ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহাকাশ চাৰী কোন আছিল ?
উত্তৰ : ৰাকেশ শৰ্মা

13) প্ৰথম গৰাকী অসমীয়া আই চি এছ গৰাকীৰ নাম কি ?
উত্তৰ : আনন্দৰাম বৰুৱা

14) ৪মে তাৰিখে কি দিৱস পালন কৰা হয় ?
উত্তৰ : ৰেডক্ৰছ দিৱস

15) অসম ৰাজ‍্যিক চিৰিয়াখানা ক'ত অৱস্থিত ?
উত্তৰ : গুৱাহাটী

16) ভিক্টোৰীয়া মেম'ৰিয়েল হ'ল ভাৰতৰ ক'ত অৱস্থিত ?
উত্তৰ : কলকাতা

17) নিতি আয়োগ ৰ অধ‍্যক্ষ কোন হয় ?
উত্তৰ : প্ৰধানমন্ত্ৰী

18) ভাৰতত প্ৰথম ৰঙীন টেলিভিছনৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয় ?
উত্তৰ : ১৯৮২ চন

19) পৃথিৱীৰ বৃহত্তম নদী খনৰ নাম কি ?
উত্তৰ : আমাজন

20) অ মোৰ আপোনাৰ দেশ গীতটি প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল ?
উত্তৰ : বা‍ঁহী

21) অসমৰ লৌহ মানৱ কোন ?
উত্তৰ : বিষ্ণু ৰাম মেধি

22) ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি ?
উত্তৰ : আৰ্যভট্ট

23) হিমা দাস কোনবিধ খেলৰ লগত জড়িত ?
উত্তৰ : এথলেটিকছ্

24) কোনবিধ খেলত ন'বল ব‍্যৱহাৰ কৰা হয় ?
উত্তৰ : ক্ৰিকেট

25) কনকলতা বৰুৱাই কোনটো আন্দোলনৰ দ্বাৰা প্ৰাণ আহুতি দিছিল ?
উত্তৰ : ভাৰত ত‍্যাগ আন্দোলন

26) আমাৰ সংবিধানত উল্লেখ নথকা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো কি ?
উত্তৰ : যুক্তৰাষ্ট্ৰ

27) নৰ্থ ইষ্টাৰ্ণ পুলিচ একাডেমী কোনখন ৰাজ‍্যত অৱস্থিত ?
উত্তৰ : মেঘালয়

28) LAD ৰ সম্পূৰ্ণ ৰূপটো কি ?
উত্তৰ : Local Area Development

29) অসম ৰাজ‍্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ?
উত্তৰ : দীঘলীপুখুৰী, গুৱাহাটী

30) কোনখন আলোচনীত প্ৰথম অসমীয়া চনেট কবিতা প্ৰকাশিত হৈছিল?
উত্তৰ : জোনাকী

31) নৰনাৰায়ণ সেতুৱে সংলগ্ন কৰা ঠাইদুখনৰ নাম কি কি?
উত্তৰ : যোগীঘোপা আৰু পঞ্চৰত্ন

32) 1942 চনৰ আন্দোলনৰ অসমৰ প্ৰথমগৰাকী স্বহীদ কোন?
উত্তৰ : কুশল কোৱৰ

33) ধপাত দিৱস কেতিয়া পালন কৰা হয়? 
উত্তৰ : ৩১ মে

34) Sangai animal is found in which National park ?
উত্তৰ : Keibul Lamjao National Park

35) মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ?
উত্তৰ : United Kingdom

36) বাণ থিয়েটাৰ ক'ত অৱস্থিত ?
উত্তৰ : তেজপুৰ

37) হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
উত্তৰ : পূৰ্ণিমা দেৱী বৰ্মন

38) Chanakya was a court poet of which king?
উত্তৰ : চন্দ্ৰ গুপ্ত

39) Who invented the Pressure Rule?
উত্তৰ : ৰবাৰ্ট বয়ল

40) "হাড়গিলা প্ৰজেক্ট” কোনে কৰিছিল?
উত্তৰ : Purnima Devi Barman

41) অজগৰ বুৰঞ্জী কোনে লিখিছিল ?
উত্তৰ : চাও নগেন হাজৰিকা

42) ইবন বটুতা কোন ৰজাৰ দিনত ভাৰতলৈ আহিছিল?
উত্তৰ : মহম্মদ বিন টোগলক

43) What is the name of the Currency of Bangladesh?
উত্তৰ : Taka

44) চাণক্য কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল?
উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য আৰু তেওঁৰ পুত্ৰ বিন্দুসাৰৰ

45) Who was awarded 1994 Magsaysay Award for Government service?
উত্তৰ : Kiran Bedi

46) Russia and Alaska is connected by which strait? 
উত্তৰ : the Bering Strait

47) Doordarshan channel was set up in which year?
উত্তৰ : 15,September 1959

48) One who loves his country is called a ?
উত্তৰ : Patriot

49) Interschool tournament is played for which cup? Durand Cup/Subroto Cup/Duleep trophy/ Naidu Trophy
উত্তৰ : Subroto Cup

50) Abhiruchi sports day in Assam is observed for which of the following?
উত্তৰ : Bhogeswar Baruah

51) In which of the following vehicle fastag is not present? 
উত্তৰ : Ambulance

52) Dal Bati choorma is the food of which state?
উত্তৰ : Rajasthan

53) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক জনৰ নাম কি ?
উত্তৰ : সম্ৰাট বাবৰ 


Maths & Reasoning question solved: Click here 


How to download ADR Grade-IV Exam Answer Key 2022?

To download Assam Direct Recruitment Grade IV Exam Solution you have to visit the official portal of the State level recruitment commission. Here on the page, we will share details instructions to download ADR Grade-IV Answer Key 2022. 

• First of all, visit the official portal of ADR Assam which is assam.gov.in
• Then go to the section named “latest”.
• Now find the link for Grade-IV Answer Key.
• Click on the same link and select your exam code.
• Now download Grade-IV Answer Key from the respective link.


Official Website: Click here 

ADR Grade-IV Exam Answer Key: Coming soon 

Share:

0 Comments:

Post a Comment

Popular Posts

Recent Posts

Blog Archive

Search This Blog